Advertisment
Advertisment
Advertisment

Top Stories

Advertisment

Assam

Advertisment

NorthEast

Advertisment

National

Advertisment

International

Advertisment

Politics

Advertisment

Business

Advertisment

Science/Tech

Advertisment

Assamese

Ratul kalita
Assamese

ৰাজীৱ ভৱনত সেৱা লৈ কংগ্ৰেছ দল এৰিলে ৰাতুল কলিতাই!

অৱশেষত কংগ্ৰেছ এৰিলে ৰাতুল কলিতাই। কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰাতুল কলিতাই বিজেপিত যোগদান কৰাৰো সম্ভাৱনা আছে। শনিবাৰে পুৱাই ৰাজীৱ ভৱনলৈ গৈ সেৱা জনাই দলত্যাগ কৰাৰ কথা সদৰি কৰিলে সামাজিক মাধ্যমত।
3 Min read
badshah
Assamese

পুনৰ বিতৰ্কত জনপ্ৰিয় ৰেপাৰ গায়ক বাদশ্বাহ!

কেইবছৰমানৰ আগতে ‘বৰলোকেৰ বেটি’ গীতটোক লৈ বিতৰ্কৰ মাজত সোমাই পৰিছিল জনপ্ৰিয় ৰেপাৰ গায়ক বাদশ্বাহ। পুনৰ এবাৰ গায়কগৰাকীৰ নতুন এটা গীত ‘টোটিৰি’ক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। 
1 Min read
THUMB
Assamese

মাতৃ-পুত্ৰৰ কৰুণ মৃত্যু

তিনিচুকীয়াৰ ডিগবৈৰ পেঙেৰীত সংঘটিত এক শোকাৱহ ঘটনা। বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল মাতৃ-পুত্ৰৰ। শুই থকা অৱস্থাতে বন্যহস্তীয়ে আক্ৰমণ কৰে দুয়োকে। হাতীৰ গচকত কৰুণ মৃত্যুক আঁকোৱালি লয় চাহ শ্ৰমিক বুধন ৰাউটিয়া আৰু অনিতা ৰাউটিয়াই।
2 Min read
বৃদ্ধি পালে ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য।  বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যও বৃদ্ধি।
Assamese

দেশজুৰি বৃদ্ধি পালে LPG চিলিণ্ডাৰৰ মূল্য, কিমান বাঢ়িল ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম?

নতুন সিদ্ধান্ত অনুসৰি ঘৰুৱা ব্যৱহাৰৰ এলপিজি চিলিণ্ডাৰৰ দাম ৬০ টকাকৈ বৃদ্ধি কৰা হৈছে। আনহাতে বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ১১৫ টকাকৈ বৃদ্ধি কৰা হৈছে।
1 Min read
THUMB
Assamese

দেশত ৰন্ধন গেছৰ নাটনিৰ আশংকা!

ইৰান, ইজৰাইলৰ যুদ্ধৰ প্ৰভাৱ পৰিব নেকি ভাৰতত? ৰন্ধন গেছৰ নাটনিৰ আশংকা কেন্দ্ৰীয় চৰকাৰৰ। ইৰানৰ ওপৰত ইজৰাইল, আমেৰিকাই চলোৱা যৌথ আক্ৰমণৰ মাজতে দেশৰ তেল কোম্পানীসমূহক এলপিজিৰ উৎপাদন বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে কেন্দ্ৰীয় চৰকাৰে। 
2 Min read
WhatsApp Image 2026-03-07 at 11.39.18 AM
Assamese

CAAৰ জৰিয়তে পুনৰ ভাৰতীয় নাগৰিকত্ব লাভ কৰিলে এগৰাকী মহিলাই

CAAৰ জৰিয়তে পুনৰ ভাৰতীয় নাগৰিকত্ব লাভ কৰিলে এগৰাকী মহিলাই। দীপালী দাস নামৰ মহিলাগৰাকীক বিদেশী ঘোষণা কৰিছিল ন্যায়াধীকৰণে। ২ বছৰ ধৰি ডিটেনচন কেম্পত বন্দী হৈ আছিল।
1 Min read
WhatsApp Image 2026-03-07 at 9.59.51 AM
Assamese

চকলেটৰ প্ৰলোভন দি ৩ বছৰীয়া কণমানিৰে অপকৰ্ম

আন এক জঘন্য ঘটনা। চকলেটৰ প্ৰলোভন দি তিনি বছৰীয়া কনমানি শিশু কন্যাক ধৰ্ষণ ! পিতৃৰ গুৰুতৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ অভিযুক্ত পাষণ্ড বিজন তাঁন্তি।
1 Min read
THUMB
Assamese

তেহৰানৰ সামৰিক আৰু ভূগৰ্ভস্থ বাংকাৰক লক্ষ্য কৰি আক্ৰমণ ইজৰাইলৰ

শুকুৰবাৰে ইৰানৰ ৰাজধানী তেহৰানত ইজৰাইলে ক্ষেপণাস্ত্ৰৰে ভয়ংকৰ আক্ৰমণ কৰে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি তেহৰানৰ সামৰিক আৰু ভূগৰ্ভস্থ বাংকাৰক লক্ষ্য কৰি একেলগে ৫০খন যুদ্ধ বিমানেৰে এই আক্ৰমণ কৰে।
1 Min read
NETANYAHU ARREST
Assamese

গ্ৰেপ্তাৰ হ'ব নেকি বেঞ্জামিন নেতান্যাহু?

গ্ৰেপ্তাৰ হ'ব নেকি বেঞ্জামিন নেতান্যাহু? ইজৰাল-ইৰানৰ যুদ্ধৰ পিছতে বিপদত পৰিব নেকি বেঞ্জামিন নেতান্যাহু? হঠাৎ নেতান্যাহুক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে ড'নাল্ড ট্ৰাম্পে।
1 Min read
UPSC RESULT
Assamese

শুকুৰবাৰে ঘোষণা হ'ল UPSCৰ ফলাফল। ফলাফলত উজলিল অসমৰ তিনিগৰাকী সন্তান

শুকুৰবাৰে ঘোষণা কৰা হ’ল কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ ২০২৫ বৰ্ষৰ ফলাফল।  আয়োগৰ upsc.gov.inযোগে লাভ কৰিব পাৰিব UPSCৰ ২০২৫ বৰ্ষৰ ফলাফল। 
1 Min read