_Ma5udd_
[Premor Luit] out now! Stream + Watch below 👇"
YouTube
YouTube
Spotify
Spotify
Spotify
Spotify
Moniruz Zaman, Ma5udd, binieeet · Premor Luit · Song · 2025
Premor Luit - binieeet & Ma5udd (Official Release)
Premor Luit - binieeet & Ma5udd (Official Release)
□Credits : Vocals/Composition :- Binit Sharma Lyrics :- Masud lqbal Islam & Binit sharma Music :- Masud lqbal Islam Mixing & Mastering :- Mz studio Artwork :- Masud lqbal Islam Lyrics:- হিয়াৰ কথা তুমি, মৰমৰ বাট। তুমিয়েই মোৰ জীৱনৰ, সকলোৰে আঁত। আকাশে বতাহে জানে, কিমান আপোন। প্ৰতিটো সাঁজতে লাগে, তোমাৰেই গুণ। অ' মোৰ প্ৰাণৰ লগৰী, অ' মোৰ জীৱনৰ জোন। এই মৰমৰ সোঁত, নোহোৱা হব কেতিয়াও শেষ। শেৱালি ফুলৰে মই, গাঁথি দিম মালা। নুগুচে এই মৰম, মাথোঁ তুমি মই। সদাই থাকিম তোমাৰ সৈতে । এজাক হাতেৰে তুমি, দিলা সাহস। সপো্নোৰে এই হাবিত মৰমৰ মাত। যিয়েই নহওক আহিলেও, ভয় নকৰোঁ মই। সদায়ে তোমাৰেই হ'ম মোৰ প্ৰিয়া । অ' মোৰ প্ৰাণৰ লগৰী, অ' মোৰ জীৱনৰ জোন। এই মৰমৰ সোঁত, নোহোৱা হব কেতিয়াও শেষ। শেৱালি ফুলৰে মই, গাঁথি দিম মালা। নুগুচে এই মৰম, মাথোঁ তুমি মই। সদাই থাকিম তোমাৰ সৈতে ।
View on mobile