বেটুপাত
অৱয়ব
|
সকলো লোকেই বৰঙণি আগবঢ়াব পৰা ই এক মুক্ত পুথিভঁৰাল।
অসমীয়া ভাষাৰ ৱিকিউৎসত বৰ্তমান ৪,২৯৮ টা লেখা আৰু ৮৬১ খন পূৰ্ণাংগ গ্ৰন্থ আছে।
|
| |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
নিৰ্বাচিত লেখা
কাৰেঙৰ লিগিৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত এখন বিখ্যাত অসমীয়া নাটক। ১৯৩৪ চনত প্ৰকাশিত এই নাটকখন জ্যোতিপ্ৰসাদৰ দ্বিতীয়খন নাটক আৰু ই অসমীয়া নাট্য সাহিত্যত ৰোমাণ্টিকতা আৰু আধুনিকতাৰ এক অপূৰ্ব প্ৰকাশ। নাটকখনৰ কাহিনী ৰাজপ্ৰসাদ বা কাৰেঙৰ আচাৰ-নিয়ম, সংস্কাৰ আৰু মুক্ত প্ৰাণৰ সংঘাতক লৈ গঠিত। কাব্যিক ভাষা আৰু সুন্দৰ গীতে নাটকখনক এক সুকীয়া মাত্ৰা দিছে।

| সুন্দৰ— | বেছ বেছ, বেছ কলা কিন্তু। সেই বুলি সহজে তোমাৰ যুক্তিত মই পতিয়ন যাম বুলিও নাভাবিবা। বন্ধু, তোমাৰ তৰ্কৰপৰা আমাক ৰেহাই দিব লাগে। তৰ্কৰ জালেৰে বুকৰ ভাব বন্দী নহয়। (কিছুপৰ তলকা মাৰি থাকি) নহয় নহয়, মোৰ বিবাহ নহব। মোৰে সৈতে আৰু তৰ্ক নকৰিবা। বিয়াৰ ৰভা ঘৰৰ তলেদি অগ্নিক সাক্ষী কৰি, কন্যাৰ আঁচলৰ গাঠিত হে যদি মোৰ ৰাজমুকুট আহিবৰ বাট—তেন্তে সি দূৰতে থাওক। |
এই মাহৰ সহযোগিতামূলক কাম
এই মাহৰ সহযোগিতামূলক কাম:
- সাহিত্য-বিচাৰ (সত্যনাথ বৰা) - সংশোধন বাকী আছে
- কুলাংগাৰ - (পংকজ জ্যোতি মহন্ত) - সংশোধন বাকী আছে
- ৰহদৈ লিগিৰী - (ৰজনীকান্ত বৰদলৈ) - সংশোধন বাকী আছে
- দিল্লী দায়েৰী - (মহাত্মা গান্ধী) - সংশোধন বাকী আছে
- কথা কৱিতা - (যতীন্দ্ৰনাথ দুৱৰা) - সংশোধন বাকী আছে
- সদৰামীনৰ আত্মজীৱনী)- সংশোধন বাকী আছে
অসমীয়া ৱিকিউৎসৰ পৰিসংখ্যা
- পৃষ্ঠা: নামস্থানৰ পৰিসংখ্যা
- পাঠ্য নথকা = ১,৮৫৬টা
- সমস্যাজৰ্জৰ = ২৬০টা
- মুদ্ৰণ সংশোধন কৰা হোৱা নাই = ২২,৩৬৫টা
- মুদ্ৰণ সংশোধন কৰা হৈছে = ২৬৯টা
- বৈধকৰণ হৈছে = ১,২২৯টা
- মুঠ পৃষ্ঠাৰ সংখ্যা = ২৫,৯৭৯টা
নতুন লেখাসমূহ
অৰুনোদইৰ ধলফাট; লেখক:সন্মিলিত (১৯৬৫)
অসম নমৰে আমিও নমৰো; লেখক:অমলেন্দু গুহ (১৯৯৩)
ফুল কোঁৱৰ; লেখক:হলিৰাম হাজৰিকা (১৯৫১)
দমদম-বসিৰহাটৰ ঘটনাৰ পিচত ভাৰতৰ বিপ্লৱী সাম্যবাদী দল; লেখক:অজ্ঞাত (১৯৪৯)
উদ্ভিদ বিবৰণ; লেখক:ধনিৰাম দত্ত
সীতা-স্বয়ম্বৰ; লেখক:প্ৰসন্নচন্দ্ৰ বৰুৱা (১৯১১)
মিচিং নাৰীকণ্ঠ; লেখক:তৰুণ লইং (২০১৯)
নাগালেণ্ডৰ পৰ্য্যটন আৰু অন্যান্য; লেখক:তৰুণ লইং (২০২০)
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ; লেখক:তৰুণ লইং (২০২১)
ৱিকিউৎসৰ বিষয়ে
ৱিকিউৎস এক মুক্ত পুথিভঁৰাল য’ত আমাৰ স্বেচ্ছাসেৱকসকলে মুক্ত প্ৰকাশনসমূহ সংগ্ৰহ আৰু ৰক্ষণাবেক্ষণ কৰে। আপুনি কেনেকৈ লেখা এটা আৰম্ভ কৰিব এই সম্পৰ্কে জানিবলৈ অন্তৰ্ভুক্তি নিৰ্দেশনা আৰু সহায়িকা পৃষ্ঠা চাওক, আৰু আপুনি কি ভাৱে বৰঙণি যোগাব পাৰে সেয়া জানিবলৈ সমাজৰ বাটচ'ৰা চাওক। ৱিকিউৎসত পৰীক্ষা-নিৰীক্ষাৰ বাবে পৰীক্ষাগাৰ ব্যৱহাৰ কৰিব পাৰে।
ৱিকিউৎস বিচৰণ কৰক
ৱিকিউৎসৰ বাহিৰে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ আৰু কেইবাটাও বহুভাষিক মুক্ত প্ৰকল্প আছে।
ৱিকিমিডিয়া প্ৰকল্পসমূহৰ ব্যৱস্থাপনা |
মুক্ত বিশ্বকোষ |
অভিধান আৰু সমাৰ্থক শব্দকোষ |
মুক্ত পাঠ্যপুথি আৰু হাতপুথি |
অংশীদাৰী মিডিয়া ভঁৰাল |
উক্তি আৰু উদ্ধৃতিৰ সংগ্ৰহালয় |
জীৱপ্ৰজাতি নিৰ্দেশিকা |
মুক্ত উৎসৰ বাতৰি |
মুক্ত শিক্ষা মাধ্যম আৰু কাৰ্যক্ৰম |