ব্লকবোৰ
ব্লকৰ উপাদানবোৰ। কোনো ক’ড নালাগে। মাথোঁ ক্লিক কৰি বিষয়বস্তু সুমুৱাওক।

সীমা নোহোৱাকৈ সাজক
ৱেবৰ ভালেমান অংশক শক্তি প্ৰদান কৰা প্ৰযুক্তি শিকাটো ইমান সহজ কেতিয়াও নাছিল। ব্লকবোৰে আপোনাক যিকোনো বিষয়বস্তুৰ সৈতে দৃশ্যগতভাৱে ইণ্টাৰেক্ট কৰিবলৈ দিয়ে, ক’ডৰ সৈতে বা ক’ড অবিহনে—যি চহকী লে’আউট, ইণ্টাৰেক্টীভ অনব’ৰ্ডিং আৰু অসীম সম্প্ৰসাৰণযোগ্যতাক প্ৰবল কৰি তোলে। ডিজাইনৰ বাবে যিমান শক্তিশালী, বিকাশৰ বাবেও সিমানেই শক্তিশালী, কিন্তু তথাপিও নৱাগতৰ বাবে যথেষ্ট সহজজ্ঞেয়।

দফা

শিৰোনামা

মিডিয়া

ছবি

ভিডিঅ’

অডিঅ’

স্তম্ভ

ফাইল
WordPress-ৰ গোপন ক্ষমতা
Blocks are the visual foundation of WordPress, and can be used to create and manage every part of your site. They're also easier than you think. Learn how to edit a block and you learn how to use all of WordPress—without having to write code. For inspiration, check out what others have done with WordPress in the Showcase.

সম্পূৰ্ণ সৃষ্টিশীল নিয়ন্ত্ৰণ
WordPress এডিটৰ হৈছে আপোনাৰ ব্লকবোৰ এক দৃশ্যগত কেনভাছত সন্নিৱিষ্ট, ৰূপান্তৰ, শৈলী নিৰ্ধাৰণ আৰু ইফালে-সিফালে স্থানান্তৰ কৰিবলৈ ডিফ’ল্ট উপায়, এক সহজ-সৰল ড্ৰেগ-এণ্ড-ড্ৰপ ইণ্টাৰফে’চৰ কৃপাত।
registerBlockType( 'your-first-block/hello-world', {
edit: function () {
return <p>Hello world (from the editor)</p>;
},
save: function () {
return <p>Hello world (from the frontend)</p>;
},
} );
নমস্কাৰ জগত (এডিটৰৰ পৰা)
নিজা সৃষ্টি কৰক
If you can’t find a block that suits your needs, create your own. Creating a block is as simple as building a React component. Use the @wordpress/create-block package to jumpstart your creation.
See what's new with blocks
WordPress-ৰ শেহতীয়া প্ৰধান সংস্কৰণত এনে কিছুমান আপডে’ট অন্তৰ্ভুক্ত কৰা হৈছে যিয়ে আপুনি ব্যৱহাৰ কৰা ব্লকবোৰ উন্নত কৰিব পাৰে আৰু আপোনাৰ সামগ্ৰিক ছাইট-নিৰ্মাণৰ অভিজ্ঞতা বৃদ্ধি কৰিব পাৰে। বৰ্তমানৰ উন্মোচনত কি কি সুবিধা উপলব্ধ সেইবিষয়ে অধিক বিৱৰণ লাভ কৰক।

আৰম্ভণি মাথোঁ
While blocks are powerful on their own, they’re also part of something bigger and can be combined or deployed in various ways. As a unified and open syntax, they're easily understood by editors, browsers, and even AI. So whoever is editing will find it easy to make vibrant, personalized designs and experiences happen, fast.