বেটুপাত
অৱয়ব
|
সকলো লোকেই বৰঙণি আগবঢ়াব পৰা ই এক মুক্ত পুথিভঁৰাল।
অসমীয়া ভাষাৰ ৱিকিউৎসত বৰ্তমান ৩,৭০২ টা লেখা আৰু ৮৪১ খন পূৰ্ণাংগ গ্ৰন্থ আছে।
|
| |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
এই মাহৰ নিৰ্বাচিত লেখা
মাধমাৰ
প্ৰেমনাৰায়ণ দত্ত ৰচিত ৰহস্যধৰ্মী উপন্যাস (১৯৫৫)

“কিন্তু মই হলে তেওঁৰ লগত একমত হব নোৱাৰিলো স্যৰ। কাৰণ কওঁ শুনক, আজিলৈকে ‘পা-ফু’ দলে ক’তো কাকো হত্যা কৰা দেখা নাই। আনহাতে হত্যা কৰিবলৈ গলে সিহঁতে কেতিয়াও কোবাই নামাৰিলেহেঁতেন। কিয়নো দলটো উচ্চ শিক্ষিত আৰু সিহঁতৰ লুটপাত পন্থা অভিনৱ। এতেকে...”
অলপ খং মনেৰে ডাওৰাই ক’লে, “সিহঁতৰ প্ৰশংসা শুনোৱাৰ কোনো আৱশ্যক নেদেখো। ডকাইত শিক্ষিত হওক বা অশিক্ষিত হওক ডকাইতেই। আগেয়ে মানুহ খুন কৰা নাছিল বুলি কেতিয়াও যে নকৰিব তাৰ কোনো কাৰণ নাই।
এই মাহৰ সহযোগিতামূলক কাম
এই মাহৰ সহযোগিতামূলক কাম:
- সাহিত্য-বিচাৰ (সত্যনাথ বৰা) - সংশোধন বাকী আছে
- কুলাংগাৰ - (পংকজ জ্যোতি মহন্ত) - সংশোধন বাকী আছে
- আসাম বুৰঞ্জী (গুণাভিৰাম বৰুৱা) - সংশোধন বাকী আছে
অসমীয়া ৱিকিউৎসৰ পৰিসংখ্যা
- পৃষ্ঠা: নামস্থানৰ পৰিসংখ্যা
- পাঠ্য নথকা = ১,৭৫৭টা
- সমস্যাজৰ্জৰ = ২৬০টা
- মুদ্ৰণ সংশোধন কৰা হোৱা নাই = ২১,৯১১টা
- মুদ্ৰণ সংশোধন কৰা হৈছে = ৩৩৪টা
- বৈধকৰণ হৈছে = ১,২৬২টা
- মুঠ পৃষ্ঠাৰ সংখ্যা = ২৫,৫২৪টা
নতুন লেখাসমূহ
ত্ৰিপুৰা বুৰঞ্জী (ৰত্ন কন্দলী শৰ্ম্মা আৰু অৰ্জ্জুনদাস বৈৰাগী)
নাৰদ চৰিত্ৰ (লেখক:পদ্মনাথ অধিকাৰী)
সাহিত্য - ষষ্ঠ ভাগ (লেখক:সন্মিলিত)
গল্প-লহৰি (লেখক:কাশী নাথ বৰ্ম্মণ)
মাধমাৰ (লেখক:প্ৰেমনাৰায়ণ দত্ত)
কবিতা-পুথি (আগ-ছোৱা) (লেখক:মোহম্মদ সোলাইমান খাঁ)
গীতা-বোধ (লেখক:মোহনদাস কৰমচাঁদ গান্ধী)
সুৰভি (লেখক:লক্ষ্মীনাথ বেজবৰুৱা)
সাধু-কথাৰ কুকি (লেখক:লক্ষ্মীনাথ বেজবৰুৱা)
ঘুনুচা-কীৰ্ত্তন (লেখক:শ্ৰীধৰ কন্দলি)
চৰ্দ্দাৰ পেটেল (লেখক:ধৰ্ম্মদাস চৌধাৰী)
লৱণ-দৈত্যবধ (লেখক:দুৰ্গাপ্ৰসাদ দেৱ শৰ্ম্মা ফুকন)
বিজ্ঞানৰ বিচিত্ৰ বতৰা (লেখক:প্ৰীতিমা কৌশিক বৰুৱা)
লোককলা ওজাপালী আৰু সমাজ (লেখক:প্ৰভাত হালৈ)
ৱিকিউৎসৰ বিষয়ে
ৱিকিউৎস এক মুক্ত পুথিভঁৰাল য’ত আমাৰ স্বেচ্ছাসেৱকসকলে মুক্ত প্ৰকাশনসমূহ সংগ্ৰহ আৰু ৰক্ষণাবেক্ষণ কৰে। আপুনি কেনেকৈ লেখা এটা আৰম্ভ কৰিব এই সম্পৰ্কে জানিবলৈ অন্তৰ্ভুক্তি নিৰ্দেশনা আৰু সহায়িকা পৃষ্ঠা চাওক, আৰু আপুনি কি ভাৱে বৰঙণি যোগাব পাৰে সেয়া জানিবলৈ সমাজৰ বাটচ'ৰা চাওক। ৱিকিউৎসত পৰীক্ষা-নিৰীক্ষাৰ বাবে পৰীক্ষাগাৰ ব্যৱহাৰ কৰিব পাৰে।
ৱিকিউৎস বিচৰণ কৰক
ৱিকিউৎসৰ বাহিৰে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ আৰু কেইবাটাও বহুভাষিক মুক্ত প্ৰকল্প আছে।
ৱিকিমিডিয়া প্ৰকল্পসমূহৰ ব্যৱস্থাপনা |
মুক্ত বিশ্বকোষ |
অভিধান আৰু সমাৰ্থক শব্দকোষ |
মুক্ত পাঠ্যপুথি আৰু হাতপুথি |
অংশীদাৰী মিডিয়া ভঁৰাল |
উক্তি আৰু উদ্ধৃতিৰ সংগ্ৰহালয় |
জীৱপ্ৰজাতি নিৰ্দেশিকা |
মুক্ত উৎসৰ বাতৰি |
মুক্ত শিক্ষা মাধ্যম আৰু কাৰ্যক্ৰম |